গহপুৰৰ কলাবাৰীত শোকৰ ছাঁ দক্ষিণ কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত বৰাৰ পৰলোকপ্ৰাপ্তি। যকৃৎ আৰু বৃক্ক জনিত ৰোগত গুৱাহাটীত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয়। ৰঞ্জিত বৰাৰ নশ্বৰ দেহ গৃহ
নগাঁৱত উদণ্ড ট্ৰাক চালকৰ দৌৰাত্ম্য । সুৰামত্ত চালকে মহতিয়াই নিলে কেইবাখনো বাহন । ৰাইজে ট্ৰাক চালকক বান্ধি গতালে আৰক্ষীক । – উদণ্ড ট্ৰাক চালকৰ বাবেই এতিয়া ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে
গহপুৰত কংগ্ৰেছৰ নিৰ্বাচনী ৰনচালী ব্যস্ত সকলো দলীয় কৰ্মী উখল মাখল পৰিবেশে বিৰাজ কৰিছে কংগ্ৰেছৰ কাৰ্যালয় |
▶ Check out my gear on Kit: https://kit.com/guwahatitimes6 আজি হোজাই নিজা বাসগৃহত সংবাদ মাধ্যমৰ আগত বিভিন্ন বিষয় সন্দৰ্ভত মৌলানা বদৰুদ্দিন আজমল চাহাবে কৰা কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য ৷
Stan Lee, the legendary writer, editor and publisher of Marvel Comics whose fantabulous but flawed creations made him a real-life superhero to comic book lovers everywhere, has died. He was