বিগত ২২ জানুৱাৰীত নগাঁও আৰক্ষীৰ গুলীত আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ নেতাজনৰ পৰিয়ালৰ লোকে। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত কমিটিয়ে প্ৰস্তুত কৰা
Month: February 2022
টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিয়ে মঙলবাৰে আনুষ্ঠানিক শপত গ্ৰহণ কৰে।যোৰহাট হোলোঙাপাৰা জাতীয় বীৰ লাচিত বৰফুকন মৈদামৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় শপতগ্ৰহণ অনুষ্ঠান।শপত গ্ৰহণৰ পূৰ্বে জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় নেতৃত্বই।উল্লেখ্য যে গাম্ভীৰ্যপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানত শপত বাক্য পাঠ কৰোৱাই আটাছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক
গুৱাহাটী আৰ্টিষ্ট গীল্ডে নুমলীগড় শোধানাগাৰ চমুকৈ এন আৰ এলৰ সহযোগত আগবঢ়াই অহা শিল্পী বেণু মিশ্ৰ সোঁৱৰণী বঁটা-২০২২লৈ নিৰ্বাচিত কৰিছে দুগৰাকী শিল্পীক।জ্যেষ্ঠ শিল্পী ৰবিৰাম ব্ৰহ্ম আৰু উদীয়মান শিল্পী মন্টু দাসক প্ৰদান কৰিব এইবাৰ এই বঁটা।মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ
বহু জল্পনা কল্পনাৰ পিছত দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে মাজুলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ৷ মাজুলীৰ দিন ঘোষণাৰ পিছতে এতিয়া শাসক-বিৰোধীয়ে আৰম্ভ কৰিছে মাজুলীৰ প্ৰাৰ্থীত্ব প্ৰদানৰ অংক ৷ ৭ মাৰ্চত মাজুলী সমষ্টিৰ উপ-নিৰ্বাচন ৷ কোন হ’ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী? এতিয়া এয়াই চৰ্চা সৰ্বত্ৰ ৷ শনিবাৰে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা
বিহুৰ চান্দা (Bihu Donation)ক লৈ চৰকাৰৰ ঘোষণাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)। বলপূৰ্বক চান্দাৰ সকলো বিৰোধী, কিন্তু অসমীয়াৰ হিয়াৰ আমঠু বিহুক লৈ ৰজাঘৰীয়া নিৰ্দেশনা কোনোপধ্যে মানি লোৱা নহ’ব বুলি বিধায়ক গৰাকীয়ে স্পষ্ট কৰি দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক চান্দা বীৰ বুলি