গুৱাহাটী ১১ জুন ২০২২- চেন্নাইত অনুষ্ঠিত হৈ থকা ৬১তম্ ৰাষ্ট্ৰীয় চিনিয়ৰ আন্ত:ৰাজ্যিক এথলেটিকচ প্ৰতিযোগিতাত আজি অসমৰ অম্লান বৰগোহাঁইয়ে পুৰুষৰ ১০০ মিটাৰ দৌৰত ১০:৪৭ চেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰে। আনহাতে মহিলাৰ ১০০ মিটাৰ দৌৰত অৰ্জুন হিমা দাসে ডুট্টি চাণ্ডক পিছত ৰাখি ১১:৪৩ চেকেণ্ডৰ ব্যৱধানেৰে সোণৰ পদক অৰ্জন কৰে। দুয়োগৰাকী খেলুৱৈৰ সাফল্যত
Category: Assamese News
নিউজ ব্যুৰ’,নগাঁও,১১জুন :–নগাঁও জিলাৰ শেনছোৱাৰ ভাৰতীয় খাদ্য নিগমৰ গুদামলৈ কঢ়িওৱা ট্ৰাকৰ খুন্দাত শুক্ৰবাৰে অনুপ্ৰভা দাস নামৰ এগৰাকী মহিলাই কৰুণ মৃত্যুক সাৱতি লয় । প্ৰাপ্ত বাতৰি মতে ধানৱী নিচান গাড়ী বিক্ৰী প্ৰতিষ্ঠানখনৰ কৰ্মচাৰী অনুপ্ৰভা দাসে কালি কাৰ্যালয়লৈ খোজকাঢ়ি আহি থকা অৱস্থাত এ এছ ০১ এ চি ৭৯৩৮ নম্বৰৰ তীব্ৰবেগী ট্ৰাক এখনে
নিউজ ব্যুৰ’,নগাঁও,১০জুন :–নগাঁৱৰ অগ্ৰণী নাট্যমঞ্চ “ৰংগমঞ্চ” ৰ উদ্যোগত বৃহস্পতিবাৰে সন্ধিয়া ২০২২ বৰ্ষৰ “ৰংগমঞ্চ শিল্পী বঁটা” প্ৰদান কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এখনি নাট্যনুষ্ঠানো । এই উপলক্ষে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত নগাঁৱৰ বিশিষ্ট নাট্যকাৰ-পৰিচালক পুণ্যদা বৰা আৰু পাঠশালাৰ লোকগীতৰ শিল্পী বসন্ত পাটগিৰিক ৰংগমঞ্চৰ শিল্পী বঁটা
জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মা চিকিৎসালয়ত ভৰ্তি । জ্বৰ, পেটৰ বিষত আক্ৰান্ত হোৱাৰ লগতে বমিও কৰিছে জনপ্ৰিয় শিল্পীগৰাকীয়ে। শেহতীয়াকৈ দিক্ষু হেলথ চিটি চিকিৎসালয়ত চিকিৎসাধীন। ডাঃ চন্দন শৰ্মাৰ নেতৃত্বত চিকিৎসা চলি আছে শিল্পীগৰাকীৰ ।
কোনে কি নতুন দায়িত্ব পালে চন্দ্ৰমোহন পাটোৱাৰী- বন আৰু পৰিৱেশ, এক্ট ইষ্ট পলিচী আৰু সংখ্যালঘু উন্নয়ন পৰিমল শুক্লবৈদ্য– পৰিবহণ, মীন, আবকাৰী বিভাগ বিমল বৰা– উদ্যোগ আৰু বাণিজ্য, সাংস্কৃতিক পৰিক্ৰমা নন্দিতা গাৰ্লোচা– শক্তি, কৰ্পাৰেশ্যন, খনি আৰু খনিজাত সম্পদ জয়ন্ত মল্ল বৰুৱা– জনস্বাস্থ্য, দক্ষতা বিকাশ আৰু পৰ্যটন। ৰঞ্জিত কুমাৰ দাস– পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান বিভাগ,