Category: Assamese News

মানকাচাৰৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

মানকাচাৰৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সোমবাৰে পুৱা ১০:৩০ বজাত অসমৰ মানকাচাৰত ভাৰত-বাংলাদেশ সীমান্তত উপস্থিত হৈ সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। তেওঁ লগতে, সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) সৈতে নিৰাপত্তাৰ দিশ কিদৰে পৰিচালনা হয় তাৰ ওপৰত এক আভাস লয়। কেন্দ্রীয় গৃহমন্ত্ৰী গৰাকীয়ে শেষত সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

সৰু কেঁচুৱাটো অৱশেষত ঘৰত আছে:প্ৰিয়ংকা চোপ্ৰাই শ্বেয়াৰ কৰিলে জীয়েকৰ প্ৰথমখন ফটো

সৰু কেঁচুৱাটো অৱশেষত ঘৰত আছে:প্ৰিয়ংকা চোপ্ৰাই শ্বেয়াৰ কৰিলে জীয়েকৰ প্ৰথমখন ফটো

এটা হৃদয়স্পৰ্শী টোকা লিখি মাতৃ দিৱসৰ দিনা প্ৰিয়ংকা চোপ্ৰাই শ্বেয়াৰ কৰিলে জীয়েকৰ প্ৰথমখন ফটো।চিকিৎসালয়ৰ চিকিৎসক আৰু নাৰ্ছসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছিল, “”আমি আনন্দিত যে আমাৰ সৰু ছোৱালীজনী অৱশেষত ঘৰত আছে, আৰু কেৱল লছ এঞ্জেলছৰ ৰেডি চিল্ড্ৰেনছ লা জোলা আৰু চিডাৰ চিনাইৰ প্ৰতিজন চিকিৎসক, নাৰ্চ আৰু বিশেষজ্ঞক ধন্যবাদ জনাব বিচাৰো,যিসকলে প্ৰতিটো পদক্ষেপতে

২৪ কেৰেট সোণৰ পোছাক পিন্ধি বিবাহ পাশত আৱদ্ধ হোৱা কইনাগৰাকী

২৪ কেৰেট সোণৰ পোছাক পিন্ধি বিবাহ পাশত আৱদ্ধ হোৱা কইনাগৰাকী

বিয়া সকলোৰে বাবে এক বিশেষ মুহূৰ্ত। এই মুহূৰ্তটো অধিক বিশেষ কৰি তুলিবলৈ, কইনাই বিয়াখনত আটাইতকৈ ধুনীয়া দেখাৰ সপোন দেখে। একে সময়তে, পৰম্পৰা আৰু জনজাতি অনুযায়ী বিয়াৰ কইনাৰ পোছাক বেলেগ বেলেগ ৰঙৰ হয়। প্ৰতিগৰাকী কইনাই নিজৰ বিবাহৰ পোছাকযোৰ স্মৰণীয় হোৱাটো বিচাৰে। ইয়াৰ বাবে, কইনাই বিয়াত নিজৰ পোছাকজোৰৰ বাবে যথেষ্ট ধন ব্যয়

ধনজিতৰ পৰিয়ালৰ দায়িত্ব অসম আৰক্ষীক ল’বলৈ দাবী

ধনজিতৰ পৰিয়ালৰ দায়িত্ব অসম আৰক্ষীক ল’বলৈ দাবী

আলফা স্বাধীনত যোগদান কৰাৰ পাছত আৰক্ষীৰ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত বৰপেটাৰ ধনজিৎ দাস নামৰ যুৱকজনক মৃত্যুদণ্ডৰে দণ্ডিত কৰা ঘটনাই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ জটিল ৰোগত আক্ৰান্ত এটি পাঁচ বছৰীয়া সন্তানৰ পিতৃ ধনজিৎ দাসক আলফা স্বাধীনে মৃত্যুদণ্ড দিয়াৰ খবৰ পোৱাৰ পিছতে কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক৷ উল্লেখযোগ্য যে  বৰপেটা চহৰৰ গান্ধী

সঞ্জীৱৰ বাসগৃহত শোকাকুল পৰিৱেশ

সঞ্জীৱৰ বাসগৃহত শোকাকুল পৰিৱেশ

সঞ্জীৱ শৰ্মাক আলফা স্বাধীনে হত্যা কৰাৰ বাতৰি সম্পৰ্কে পৰিয়াল অৱগত হোৱাৰ পাছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সঞ্জীৱ শৰ্মাৰ বাসগৃহত৷ ইয়াৰ পাছতে সঞ্জীৱৰ পৰিয়ালৰ লগতে গাঁওবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বিশেষকৈ সঞ্জীৱৰ পিতৃ আৰু মাতৃয়ে স্পষ্টভাৱে সংবাদ মাধ্যমযোগে পৰেশ বৰুৱাক উদ্দেশ্যি কয় যে আলফাই এই সৰু ল’ৰাটোৰ ক্ষেত্ৰত এনে পদক্ষেপ