Category: Assamese News

24 নং সশস্ত্ৰ সীমা সুৰক্ষা বাহিনীৰ উদ্যোগত ৰঙিয়াত বেণ্ড শ্ব

24 নং সশস্ত্ৰ সীমা সুৰক্ষা বাহিনীৰ উদ্যোগত ৰঙিয়াত বেণ্ড শ্ব

ৰঙিয়াৰ পৰা ৰিজাউল হাচান: স্বাধীনতাৰ 75 বছৰৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ দ্বাৰা অমৃত মহোৎসৱ কার্যসূচী অনুষ্ঠিত কৰা হৈছে । ইয়াৰে লগত সংগতি ৰাখি আজি ৰঙিয়া চহৰৰ মাজ মজিয়াত থকা পৰিদৰ্শন বঙলাত এক বেণ্ড শ্ব অনুষ্ঠিত কৰা হয় । 24নং সীমা সুৰক্ষা বাহিনীৰ দ্বাৰা অনুষ্ঠিত কৰা হয় এই শ্ব’তো ।

বঙাইগাঁৱত জনজাতিকৰণৰ দাবীত জনগোষ্ঠীয় ঐক্য মঞ্চ,অসমৰ ধৰ্ণা কাৰ্যসূচী

বঙাইগাঁৱত জনজাতিকৰণৰ দাবীত জনগোষ্ঠীয় ঐক্য মঞ্চ,অসমৰ ধৰ্ণা কাৰ্যসূচী

জনগোষ্ঠীয় ঐক্য মঞ্চ অসমৰ উদ্যোগত আজি কোচ ৰাজবংশী, টাই আহোম, মৰাণ, মটক, চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সোমবাৰে বঙাইগাঁও চহৰত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আক্ৰাছুৰ পুৰেণ ৰায় গোটৰ নেতৃত্বত বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰত অসমৰ ছয় জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীত আক্ৰাছুৰ লগতে

অৱশেষত স্থানান্তৰ ছুমীত আবদ্ধ ৭০০ ভাৰতীয় শিক্ষাৰ্থীক

অৱশেষত স্থানান্তৰ ছুমীত আবদ্ধ ৭০০ ভাৰতীয় শিক্ষাৰ্থীক

যুদ্ধৰ আতংক, মৃত্যুৰ ভয়, অনাহাৰ-অনিদ্ৰাৰ মাজত আবদ্ধ হৈ আছিল সাতশ ভাৰতীয় শিক্ষাৰ্থী। এই দুঃস্বপ্নৰ মাজৰ পৰা কেতিয়া তেওঁলোকে উদ্ধাৰ পাব তাৰ কোনো নিশ্চয়তা নথকাকৈ আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলৰ মুখলৈ এতিয়া সামান্য পানী আহিছে। ইমান দিনে তেওঁলোকৰ চৌপাশে আছিল গুলী-বোমাৰ শব্দ। মূৰৰ ওপৰত যুদ্ধ বিমানৰ তাল-আফাল। চকুৰ সন্মুখতে ভাঙি পৰিছিল একোটা

গোৱাত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত MRS INDIA খিতাপ অসমৰ গংগা চৌধুৰীৰ

গোৱাত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত MRS INDIA খিতাপ অসমৰ গংগা চৌধুৰীৰ

সৌন্দৰ্য প্ৰতিযোগিতাত পিছপৰি থকা নাই অসম। গোৱাত THE GLAMOROUS ষ্টুডিঅ’ৰ উদ্যোগত অনুষ্ঠিত হোৱা ২০২২ বৰ্ষৰ MR. MISS AND MRS   প্ৰতিযোগিতাত MRS INDIA হিচাপে শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰি অসমৰ নাম উজলাবলৈ সক্ষম হয়  অসমৰ মহিলা গংগা চৌধুৰীয়ে। বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ভি.আই. পি চ’কৰ পংকজ চৌধুৰীৰ পত্নী গংগা চৌধুৰীয়ে MRS INDIA হিচাপে

কোকৰাঝাৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

কোকৰাঝাৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

কোকৰাঝাৰ জিলাৰ মহামায়া সংৰক্ষিত বনাঞ্চল আৰু গুমা সংৰক্ষিত বনাঞ্চলৰ চাৰি নম্বৰ পাৰ্টৰ কালাবাগানত আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উদ্ধাৰকৃত মাৰাণাস্ত্ৰখিনি মূলসুঁতিলৈ অহা এনডিএফবি সংগঠনৰ আছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। জিলাখনত বিপুল পৰিমাণৰ অস্ত্ৰ উদ্ধাৰৰ পিছত মঙলবাৰে বিয়লি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক