Category: Assamese News

খটখটি আৰক্ষী আৰু চি.আৰ.পি.এফৰ যুটীয়া অভিযানত জব্দ মাৰাত্মক ট্ৰামাডল পাউদাৰ

খটখটি আৰক্ষী আৰু চি.আৰ.পি.এফৰ যুটীয়া অভিযানত জব্দ মাৰাত্মক ট্ৰামাডল পাউদাৰ

বোকাজান মহকুমাৰ অন্তৰ্গত খটখটিত পুৱাই উদ্ধাৰ নিচাযুক্ত ট্ৰামাডল পাউদাৰ এক গোপন খবৰ অনুসৰি খটখটি আৰক্ষী আৰু CRPFৰ যুটীয়া অভিযানত জব্দ উক্ত নিচাজাতীয় দ্ৰব্য মৈৰাবাৰীৰ পৰা ডিমাপুৰ অভিমুখী এখন যাত্ৰীবাহী বাছৰ পৰা উদ্ধাৰ হৈছে উক্ত নিচাজাতীয় দ্ৰব্য সমূহ। বাছখনৰ নম্বৰ AS-02-AC-8750 বাছখনত তালাচী চলাই তিনি পেকেট সন্দেহযুক্ত ট্ৰামাডল পাউদাৰ উদ্ধাৰ কৰে

আলফা(স্বা)লৈ গুৱাহাটীৰ উজানবজাৰ খাৰঘুলিৰ দুই যুৱতী

আলফা(স্বা)লৈ গুৱাহাটীৰ উজানবজাৰ খাৰঘুলিৰ দুই যুৱতী

সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা(স্বা) আৰু চৰকাৰৰ শান্তি আলোচনাৰ চৰ্চা অব্যাহত থকা সময়তে এইবাৰ আলফা(স্বা)ত যোগদান দুগৰাকী যুৱতীৰ!গুৱাহাটীৰ দুই যুৱতী আলফা(স্বা)ত যোগদান কৰাৰ কথা বৃহস্পতিবাৰে পোহৰলৈ আহিছে।প্ৰাপ্ত খবৰ অনুসৰি আলফাত যোগ দিয়াৰ সন্দেহ কৰা যুৱতী দুগৰাকী খাৰঘুলি জয়পুৰৰ ক্ৰমে স্বৰস্বতী দাস আৰু ৰুমী ডেকা বুলি জানিব পৰা গৈছে। গুৰুত্বপূৰ্ণ কথা

অশ্লীল ফটাে-ভিডিঅ’ ভাইৰেল হােৱাৰ পাছতে কলেজীয়া ছাত্ৰীক নিলম্বন

অশ্লীল ফটাে-ভিডিঅ’ ভাইৰেল হােৱাৰ পাছতে কলেজীয়া ছাত্ৰীক নিলম্বন

    এগৰাকী ছাত্ৰীৰ অশ্লীল ফটাে-ভিডিঅ’ ভাইৰেল হােৱাৰ পাছতে মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ জীৱনলৈ নামি আহিছে চৰম বিপৰ্যয়। কিন্তু প্ৰকৃততে কােনে সংঘটিত কৰিলে এই নিকৃষ্ট কাণ্ড? ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে ভুক্তভােগী ছাত্ৰীগৰাকী। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ জুৰীয়া শিঙিৰাত। ছাত্ৰীগাকীৰ ফটাে-ভিডিঅ’ কােনাে দুষ্টচক্ৰই ভাইৰেল কৰাৰ পাছতে অধ্যয়নৰত মহাবিদ্যালয় কৰ্তৃপক্ষই

ৰূপহীহাট আৰক্ষীৰ  ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান।

ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান।

কাঞ্চনপুৰৰ বটতলত অভিযান চলাই 9 টাকৈ কন্টেইনাৰ ভৰ্তি ড্ৰাগছ সহ আটক ড্ৰাগছ সৰবৰাহকাৰী ৷ ধৃত সৰবৰাহকাৰীটো বটতলৰ মফিদুল ইছলাম । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা চলাই আহিছিল।গোপন খবৰৰ ভিত্বিত ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত অভিযান চলাই ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহকাৰীটোক।

”বিহু”ক পাঠ্যক্ৰমৰ পৰা আঁতৰোৱাৰ বিষয়ক লৈ ৰাজ্যজুৰি হৈছে প্ৰতিক্ৰিয়া, এই বিষয়ত কি কয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে?

”বিহু”ক পাঠ্যক্ৰমৰ পৰা আঁতৰোৱাৰ বিষয়ক লৈ ৰাজ্যজুৰি হৈছে প্ৰতিক্ৰিয়া, এই বিষয়ত কি কয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে?

‘বিহু’ বিষয়টোক পাঠ্যক্ৰমৰ পৰা শিক্ষা সংসদে কৰ্তন কৰিবলৈ লোৱাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি শিৱসাগৰ আৱৰ্ত ভৱনত এই সন্দৰ্ভত মুখ খুলিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । বিহু বিষয়টো এতিয়ালৈকে বাদ দিয়া হোৱা নাই বা এই বিষয়ে কোনো নিৰ্দেশনা ওলোৱা নাই বুলি সদৰী কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁ কয় ”