Category: Assamese News

স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান

স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান

  বিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা সত্তৰ দশক পৰ্যন্ত যাত্ৰা দলৰ জনপ্ৰিয় গায়ক, নৃত্যশিল্পী, সংগীত পৰিচালক, নাট অনুবাদক তথা সু-অভিনেতা প্ৰয়াত সনাতন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ মনস্থ কৰা হৈছে। সেয়েহে প্ৰয়াত হাজৰিকাৰ গুণমুগ্ধ, সুহৃদ তথা কলানুৰাগীসকলৰ পৰা একোটিকৈ লিখনি বিচৰা হৈছে। লিখনিসমূহ ১৫ মাৰ্চ ২০২২-ৰ ভিতৰত

পহিলা ফেব্ৰুৱাৰীৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব 50 শতাংশ PSO : ঘোষণা মুখ্যমন্ত্ৰীৰ

পহিলা ফেব্ৰুৱাৰীৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব 50 শতাংশ PSO : ঘোষণা মুখ্যমন্ত্ৰীৰ

দুলীয়াজানত অনুষ্ঠিত হোৱা দ্বিতীয় আৰক্ষী অধীক্ষকৰ সন্মিলন সামৰণি পৰিল। দুয়োটা দিনতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজে উপস্থিত থাকি আৰক্ষী অধীক্ষক সকলৰ পৰা প্ৰতিখন জিলাৰ পৰিস্থিতি বুজ লয়। সন্মিলনৰ সামৰণিত সাংবাদিক সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । অসম আৰক্ষীক সম্পূৰ্ণ ন-ৰূপ দিয়াৰ বাবে অসম আৰক্ষীৰ আধুনিকীকৰণ, আন্তঃগাঁথনিগত সা-সুবিধা, নিৰাপত্তাজনিত

মৰিগাঁৱৰ কপিলী শিক্ষাখণ্ডত বিশ্ব ব্ৰেইল দিৱস উদযাপন

মৰিগাঁৱৰ কপিলী শিক্ষাখণ্ডত বিশ্ব ব্ৰেইল দিৱস উদযাপন

নেত্ৰহীনসকলৰ মানৱ অধিকাৰৰ পূৰ্ণতা তথা যোগাযোগৰ মাধ্যম হিচাপে ব্ৰেইলৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁৱৰ কপিলী শিক্ষাখণ্ডৰ উদ্যোগতো আজি বিশ্ব ব্ৰেইল দিৱসটি পালন কৰা হয়।তদুপলক্ষে সমগ্ৰ শিক্ষা অভিযানৰ কপিলী খণ্ড মিছন কাৰ্যালয়ৰ অধীনত পূব জালুগুটি প্ৰাথমিক বিদ্যালয়ত দিনজোৰাকৈ অনুষ্ঠিত কৰা হয় উক্ত দিৱসটি। কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা

গোসাঁইগাঁৱত আৰক্ষীৰ অভিযান ,গৰু – মহ সৰবৰাহ কৰা দুখন ট্ৰাক আটক

গোসাঁইগাঁৱত আৰক্ষীৰ অভিযান ,গৰু – মহ সৰবৰাহ কৰা দুখন ট্ৰাক আটক

গোসাঁইগাঁৱত আৰক্ষীৰ অভিযান  | গৰু – মহ সৰবৰাহ কৰা দুখন ট্ৰাক আটক | নিশা বহি :ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰোতে ৩১ নম্বৰ ৰাষ্ট্ৰীয় পথৰ শ্ৰীৰামপুৰত আটক কৰে | ইয়াৰে এখন ট্ৰাকত ২২ টা মহ আৰু আন এখন ট্ৰাকত ১৩ পোৱালি গৰু আছিল | বৰ্তমান মহ আৰু গৰু সৰবৰাহ কৰা ট্ৰাক

Shocking: প্ৰেমিকৰ হাতত নিজ পত্নীক গতাই দিলে ‘হৃদয়বান’ স্বামীয়ে

Shocking: প্ৰেমিকৰ হাতত নিজ পত্নীক গতাই দিলে ‘হৃদয়বান’ স্বামীয়ে

১৯৯৯ চনত মুক্তি লাভ কৰিছিল এখন হিন্দী ছবিয়ে। প্ৰেম আৰু ত্যাগৰ এক অনন্য কাহিনীৰে চিত্ৰিত ছবিখনৰ নাম আছিল ‘হাম দিল দে চুকে চনম’। ছবিখনত এজন দুৰ্ঘোৰ প্ৰেমিকৰ চৰিত্ৰত অভিনয় কৰিছিল চলমান খানে। কিন্তু অগাধ ভালপোৱা থকা স্বত্বেও পৰিয়ালৰ বাধ্যত প্ৰেয়সী ঐশ্বৰ্য্য ৰায়ে বিবাহত বহিছিল অজয় দেৱগনৰ। কিন্তু যেতিয়া স্বামীৰূপে অজয়