নগৰাঞ্চলত বিগত দীর্ঘসময়ৰ পৰা ঘৰ ভাৰাক লৈ মালিকপক্ষ আৰু ভাৰাতীয়াৰ মাজত চলি থকা সংঘাত তথা বিবাদৰ অন্ত পেলোৱাৰ লক্ষ্যৰে শুকুৰবাৰে বিধানসভাত গৃহীত হ’ল দ্য আছাম টেনেন্সী বিল–২০২১৷ নগৰ উন্নয়ন মন্ত্রী অশোক সিংহলে শুকুৰবাৰে বিধানসভাত উত্থাপন কৰা এই বিধেয়কখন সর্বসন্মতিক্রমে গৃহীত হয়৷ উল্লেখ্য যে ভাৰা ঘৰৰ মালিক আৰু ভাৰাতীয়াৰ স্বার্থ সুৰক্ষাৰ
Category: Assamese News
নেপালত অনুষ্ঠিত হোৱা ২০২১ বৰ্ষৰ আন্ত: ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিক্স, (SBKF) প্ৰতিযোগীতাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰা ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত কেইবাখনো দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা খেল খনত ভাৰতৰ হৈ ৰিপ্ৰেজেণ্ট কৰা ওদালগুৰি জিলাৰ কলাইগাঁৱৰ নিবাসী কুঞ্জলতা বড়োয়ে প্ৰথমস্থান দখলৰে স্বৰ্ণ পদক লাভ কৰি ভাৰত তথা অসমলৈ সোণাম কঢ়িয়াই
মগুৱাহাটীত ড্ৰাগছৰ পাৰ্টী পাতি জালত পৰিল অভিজাত পৰিয়ালৰ যুৱক-যুৱতী৷গুৱাহাটীৰ খাৰঘুলিত নিশা লতাশিল আৰক্ষীয়ে অভিযান চলাই ১৮গৰাকী যুৱক-যুৱতীক গ্ৰেপ্তাৰ কৰে৷আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ জৈন, নাছিফ আহমেদ, সুমিত কুমাৰ বেৰিয়া, চয়ন শইকীয়া, অমিত পেগু, অমিত বৰুৱা, অশোক বৰ্মন, হিৰণ্য সিনহা,ৰিদিপ বৰুৱা, সিদ্ধাৰ্থ বৰঠাকুৰ,ফাহাদ ফাৰী আলী, ৰাকেশ বৰগোহাঁই আৰু দেৱৰ্ষি বেৰিয়াক৷ গ্ৰেপ্তাৰ কৰা
শুকুৰবাৰে বাসুগাঁও পৌৰসভাৰ তত্বাৱধানত সম্পূৰ্ণ হোৱা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আৱাস গৃহ প্ৰৱেশ অনুষ্ঠানৰ উদ্ঘাটন কৰে বিটিচিৰ নৱ মনোনীত পৰিষদীয় সদস্য তথা নগৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য উইলছন হাচদা আৰু নৱ নিৰ্বাচিত পৰিষদীয় সদস্য সাইখং বসুমতাৰীয়ে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত সৰ্বমুঠ দুই কৌটি
আজি মুখ্যমন্ত্রীয়ে বিধানসভাত ভাষণ দি থকাৰ মূহুৰ্তত কেমেৰাত বন্দি হ’ল টোপনিত লালকাল অৱস্থাত বিধায়ক অখিল গগৈ। চলিত বিধানসভাত প্ৰতিটো বিষয়তে সদায়ে সক্ৰিয় হৈ থকা শিৱসাগৰৰ বিধায়ক অখিল গগৈ আজি ঘোৰ টোপনিত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সীমা সমস্যা সন্দৰ্ভত সদনত ভাষণ প্ৰদান কৰিছিল। কিন্তু এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীৰ ভাষণ