Category: Assamese News

চন্দ্ৰপুৰৰ পাছত এইবাৰ নগাঁৱত জাবৰ পেলোৱাক লৈ উত্তপ্ত পৰিস্থিতি

চন্দ্ৰপুৰৰ পাছত এইবাৰ নগাঁৱত জাবৰ পেলোৱাক লৈ উত্তপ্ত পৰিস্থিতি

জাবৰ পেলোৱাক লৈ নগাঁৱৰ কাছমাৰীত স্থানীয় ৰাইজে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । বুধবাৰেই আৰক্ষীৰ সহযোগত নগাঁও পৌৰসভাৰ ৮ খন গাড়ীয়ে কাছমাৰীৰ শিমলুগুৰিৰ আদৰ্শ গাঁৱৰ কাষত থকা হুগলতলি ৰিজাৰ্ভত চহৰখনৰ বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰা জাবৰ পেলাবলৈ নিছিল । কিন্তু স্থানীয় কেইবাখনো গাঁৱৰ ৰাইজে জাবৰ পেলোৱাত বাধা প্ৰদান কৰে । প্ৰতিবাদকাৰী

চৰকাৰী চাকৰিয়াল–নিবনুৱা কেবিনেটৰ সুখবৰঃ ‘স্বাস্থ্য’ৰ ৮,৮৫৫ পদত নিযুক্তি ২৮ শতাংশলৈ বাঢ়িল কর্মচাৰীৰ ডিএ

চৰকাৰী চাকৰিয়াল–নিবনুৱা কেবিনেটৰ সুখবৰঃ ‘স্বাস্থ্য’ৰ ৮,৮৫৫ পদত নিযুক্তি ২৮ শতাংশলৈ বাঢ়িল কর্মচাৰীৰ ডিএ

 ৰাজ্যৰ নিবনুৱা আৰু চৰকাৰী চাকৰিয়ালসকলৰ বাবে সুখবৰ আনিছে ৰাজ্যিক কেবিনেটে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে ১ লাখ নিবনুৱা যুৱক–যুৱতীক নিযুক্তি প্রদানৰ লক্ষ্যৰ অংশ হিচাপে স্বাস্থ্য বিভাগৰ ৮,৮৫৫টা পদত নিযুক্তি দিয়াৰ বাবে অনুমোদন জনায়৷ এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই

BTR প্ৰধান প্ৰমোদ বড়ো ৰাইজৰ আশা

BTR প্ৰধান প্ৰমোদ বড়ো ৰাইজৰ আশা

বিটিআৰ প্ৰধান প্ৰমোদ বড়োই জনতাৰ মৰ্মবেদনা বুজি সমস্যা সমূহ সমাধানৰ বাবে বিটিআৰৰ ই মূৰৰ পৰা সি মূৰলৈ দিনে নিশাই পৰিদৰ্শন কৰিছে৷ প্ৰমোদ বড়োই ৰাইজৰ ওচৰত গৈ দৰিদ্ৰ লোকক লগ কৰি সমস্যা সমাধানৰ হেতু কাম কৰাৰ উপৰি ৰাজহুৱা অনুষ্ঠান মঠ -মন্দিৰ, গীৰ্জা লগতে বিদ্যালয়- মহাবিদ্যালয় সমুহ পৰিদৰ্শন কৰিছে৷কেতিয়াবা যদি বাক্সা চিৰাং

চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ প্ৰতিবাদ অব্যাহত

চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ প্ৰতিবাদ অব্যাহত

চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড প্ৰত্যাহাৰৰ দাবীত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চই অব্যাহত ৰাখিছে ধাৰাবাহিক প্ৰতিবাদ ৷ চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড প্ৰত্যাহাৰৰ সিদ্ধান্ত চাৰকাৰীভাৱে ঘোষণা নকৰা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চই ৷ শীঘ্ৰে চন্দ্ৰপুৰ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত বৃহস্পতিবাৰৰ দিনৰ 11 বজাত চন্দ্ৰপুৰ

টীয়কত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ

টীয়কত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মুল্যবৃদ্ধি(Price Hike)ৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ(Protest) অব্যাহত ৰাখিছে বিৰোধী দল কংগ্ৰেছৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনসমূহে ৷ বুধবাৰে টীয়কত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থা(AASU)ই ৷ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ আহ্বানত অত্যাৱশ্যকীয় সামগ্ৰীৰ আৰু লগতে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে