ছত্তিশগড়ৰ বিজাপুৰত নক্সালবাদীৰে হোৱা সংঘর্ষত অসমৰ দুই সন্তানৰ লগতে ২৪গৰাকী নিৰাপত্তা বাহিনীৰ জোৱানে প্রাণ আহুতি দিব লগা হোৱা ঘটনাত দেশজুৰি শোকৰ ছাঁ পৰিছে৷ এই ঘটনাই অসমৰ দুধনৈৰ লগতে সৰুপেটাৰ ভাৰেগাঁও অঞ্চলৰ লোকসকলকো শোকাহত কৰি তুলিছে৷ নক্সালবাদীৰে হোৱা ভয়ানক সংঘর্ষত নিহত দিলীপ কুমাৰ দাসৰ (৪২) শৱ মঙলবাৰে দুপৰীয়া ১২ বজাত ভাৰেগাঁৱৰ
Category: Assamese News
দেশৰ ভিন্ন প্রান্তত ক’ৰোনাৰ দ্বিতীয় ঢ়ৌৱে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে অসমতো ক’ভিডকেন্দ্রিক পৰিৱেশ বিৰাজ কৰাৰ সম্ভাৱনাক লৈ শংকাত কটাইছে ৰাজ্যবাসী৷ বিগত বর্ষৰ দৰে এইবাৰো ক’ৰোনাই হেঁপাহৰ বিহু অনুষ্ঠিত কৰাত বাধা দিয়াৰ সম্ভাৱনাৰ সৃষ্টি হৈছে৷ নির্বাচনৰ পাছতে পুনৰ ক’ৰোনা পৰিৱেশক লৈ ভীতিগ্রস্ত হৈ থকা ৰাজ্যবাসীক আজি আশ্বস্ত কৰিলে স্বাস্থ্যমন্ত্রী ড০
‘কাহ পৰি জীণ যোৱা জয়াল নিশা৷ অচিনাকি চৰাইৰ মাজনিশাৰ বিননিয়ে আপোন পৰিয়ালটোৰ মানুহবোৰৰ মুখবোৰ চকুৰ সন্মুখলৈ টানি আনে৷ জোনাকী পৰুৱাই বাট দেখুৱাই নিয়া মুহূর্তটোত মনলৈ আনি দিয়ে ওপজা ঠাইখনৰ কথা৷ ওলাই অহা কান্দোনক জোৰ কৰি বন্ধ কৰি ৰাখো৷ কাৰণ এতিয়া চিঞৰি চিঞৰি কান্দিলেও সান্ত্বনা দিওঁতা কোনো নাই৷ নিজক নিজে সান্ত্বনা দিওঁ৷
কুইপৰ আনজন অপহৃত বিষয়া ৰাম কুমাৰক ম্যানমাৰ সীমান্তৰ অজ্ঞাত স্থানত মুকলি কৰি দিলে আলফাই। মুক্তি কৰাৰ পিছতে ম্যানমাৰ সীমান্তত নিউজ লাইভৰ ছীফ ৰিপৰ্টাৰ অনমিত্ৰ গগৈ আৰু জ্যেষ্ঠ সাংবাদিক সুনীল বৰা আৰু জ্যেষ্ঠ ভিডিঅ সাংবাদিক নৱ কৃষ্ণ পেগুৱে লগ পায় ৰাম কুমাৰক। সাংবাদিকৰ দলটোৱে ৰাম কুমাৰৰ সৈতে বাৰ্তালাপ কৰে। বৰ্তমান অসম
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পিছতে নিশা প্ৰমীলা ৰাণী ব্ৰহ্মৰ বাসগৃহৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। পূব কোকাৰাঝাৰ সমষ্টিৰ ৰাইজৰ মাজত ধন বিতৰণৰ গুৰুতৰ অভিযোগ ব্ৰহ্মৰ বিৰুদ্ধে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে চত্ৰভংগ দিয়ে ৰাইজক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা। নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাছতো এইদৰে সমষ্টিৰ ৰাইজক গোট খোৱাৰ পাছতে