নির্বাচনৰ পূর্বে ৰাজ্যবাসীলৈ এক বৃহৎ সকাহ আগবঢ়াইছে অসম চৰকাৰে৷ জানুৱাৰীৰ পৰা মার্চ মাহ পর্যন্ত প্রতিটো পৰিয়ালে ৩০ ইউনিটকৈ বিজুলী বিনামূলীয়াকৈ লাভ কৰাৰ পাছত এপ্রিলৰ পৰা হ্রাস পাব বিদ্যুৎ মাচুল৷ অসম বিদ্যুৎ নিয়ামক আয়োগে আজি এক জাননীৰ জৰিয়তে এই কথা প্রকাশ কৰিছে৷ অহা ১ এপ্রিলৰ পৰা কার্যকৰী হ’বলগীয়া নতুন নিৰিখ অনুসৰি
Category: Assamese News
ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ বাসিন্দাসকলক বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে আৰম্ভ কৰা প্রকল্পৰ কাম সম্পূর্ণ কৰাৰ সময় এতিয়াও সঠিকভাৱে নিৰূপণ কৰিব পৰা নাই চৰকাৰে৷ ২০১১ চনতে জাপানৰ প্রতিষ্ঠান জাইকাৰ সহযোগত আৰম্ভ কৰা দক্ষিণ–মধ্য গুৱাহাটীৰ বিশুদ্ধ খোৱাপানী যোগান প্রকল্পৰ পানী কেতিয়া গুৱাহাটীবাসীয়ে লাভ কৰিব তাক লৈ এতিয়াও দূৰ হোৱা নাই অনিশ্চয়তা৷ চৰকাৰ সলনি
মৰিগাঁও নগৰৰ পৰা ৮ কিলোমিটাৰ নিলগৰ সাত গাওঁ অঞ্চলত কালি নিশা নীৰৱ দাস নামৰ ব্যক্তিজনৰ ঘৰত ৬/৭ জনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰি পৰিয়ালৰ সকলো সদস্যক আবদ্ধ কৰি শাৰীৰিক ভাৱে প্ৰহাৰ কৰি নগদ ধন আৰু মূল্যৱান অলংকাৰ লুট কৰাৰ ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি কালি নিশা প্ৰায়
চিমেন চাপৰিত এগৰাকী ডেৰ বছৰীয়া সন্তানৰ মহিলা নিৰুদ্দেশ হৈ থকা ঘটনাই পৰিয়ালৰ মাজত উদ্বিগ্ন কৰি তুলিছে। ঘটনাৰ বিৱৰণী মতে চিমেন আৰক্ষী থানাৰ আৰভিচি বড়ো গাঁৱৰ ফাগুণা বসুমতাৰীৰ পত্নী ৰূপহী বসুমতাৰী(২০)য়ে যোৱা ১৫ জানুৱাৰীৰ পুৱা আঠ বজাত ঘৰৰ পৰা ওলাই যায়। লগত এম্বুলেঞ্চ বসুমতাৰী নামৰ ডেৰ বছৰীয়া পুত্ৰ সন্তানৰ সৈতে গুচি
মৃতদেহৰ নাম শুনিলেই হয়টো বহুতৰে ভয়ত পেটতে হাতভৰি লুকাই।যদি তাতে দূৰ্ঘটনাত ছিন্ন-ভিন্ন মৃতদেহ নাইবা উৱলি যোৱা হয়, তেন্তে সেইটো আৰু ভয়ংকৰ।তেনে সময় হয়তো আপুনি দহ মিটাৰ দূৰৈত অৱস্থান ল’ব নাইবা সেইফালেদি মুখ কৰিবলৈ কুন্ঠাবোধ কৰিব! কিন্তু এজন যুৱকে সেই ছিন্ন-ভিন্ন মৃতদেহৰ লগত কৰে বন্ধুত্ব !আপোনাৰ হয়তো বিশ্বাস নহ’ব পাৰে, কিন্তু