Category: Assamese News

শিৱসাগৰত মেধাৱী ছাত্ৰীক স্কুটী প্ৰদান শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শিৱসাগৰত মেধাৱী ছাত্ৰীক স্কুটী প্ৰদান শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শিৱসাগৰত ড০ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰৰ মুঠ ৯৪৮গৰাকী কৃতী ছাত্ৰীক স্কুটী প্ৰদান কৰে মন্ত্ৰী শৰ্মাই। উচ্চতম মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলৰ সুবিধাৰ বাবে একোখনকৈ স্কুটী প্ৰদানৰ আঁচনি গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে। এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন, কামাখ্যা প্ৰসাদ তাছা,

জোনাইত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জনজাতি মেলা

জোনাইত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জনজাতি মেলা

ভাৰত চৰকাৰৰ জনজাতি মন্ত্ৰণালয়ৰ উদ্যোগত আৰু ৰয়েল ৰাইড্ৰাছৰ সহযোগত জোনাইত পোণ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত জনজাতি সকলৰ মেলা জোনাই শিশু উদ্যানত আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত জনজাতি মেলা৷ জনজাতি মেলাৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ মুখ্যধাৰ উদ্ধোধন কৰে অসম চৰকাৰৰ অসম ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ পৰিচালন সঞ্চালক যাদৱ পেগুৱে ৷ ইয়াৰ পিছতে বৃষৰোপণ

বগামাটিত দুৰ্ঘটনা, নাও ডুবি নদীৰ বুকুত পৰিল শিশু-মহিলাসহ শতাধিক

বগামাটিত দুৰ্ঘটনা, নাও ডুবি নদীৰ বুকুত পৰিল শিশু-মহিলাসহ শতাধিক

আজি নৱবৰ্ষৰ প্ৰথমটো দেওবাৰ। দৈনন্দিন কৰ্মব্যস্ততাৰ পৰা কিছু আঁতৰি সকলোৱে নবৱৰ্ষক আদৰিছে। পুৰণিক বিদায় দি নতুনক আদৰাৰ হেঁপাহৰে সকলোৱে এসাঁজ খাইছে। লুইতৰ বালিচৰকে ধৰি ৰাজ্যৰ আন আন পিকনিকথলীসমূহত এতিয়া বনভোজ খোৱা দলৰ ভিৰ। সকলোৱে নাচিছে, খাইছে আনন্দ কৰিছে। আনন্দ উল্লাসৰ মাজতে  অথন্তৰ।এক ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হ’ল বনভোজৰ এটা দল। বাক্সা জিলাৰ

২০২১ত ক্ষমতালৈ আহিলে কংগ্ৰেছে কৰিব এই পাঁচটা কাম

২০২১ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। নিৰ্বাচনৰ বাবে এতিয়া পূৰ্ণ পৰ্যায়ত প্ৰস্তুতি চলাইছে ্অসম প্ৰদেশ কংগ্ৰেছে। তাৰ মাজতে নতুন বছৰৰ প্ৰথম দিনটোত সংবাদমেল সম্বোধন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ২০২১ত কংগ্ৰেছ দল ক্ষমতালৈ আহিলে প্ৰথমেই ৰাজ্যৰ পাঁচটা প্ৰধান সমস্যা সমাধানৰ বাবে আগবাঢ়িব কংগ্ৰেছ দল। ইতিমধ্যে

১১ মে’ৰ পৰা HSLC আৰু ১২ মে’ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, টুইটাৰযোগে জনালে শিক্ষামন্ত্ৰীয়ে

১১ মে’ৰ পৰা HSLC আৰু ১২ মে’ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, টুইটাৰযোগে জনালে শিক্ষামন্ত্ৰীয়ে

অৱশেষত চূড়ান্ত হ’ল তাৰিখ।  অহা ১১ মে’ৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। সেইদৰে ১২ মে’ৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ৭ জুলাই আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰিব ৩০ জুলাইত। টুইটাৰযোগে ঘোষণা কৰিলে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।