শাসক দল বিজেপিৰ দৰেই উপ নিৰ্বাচনক লৈ ৰাইজৰ দল তৎপৰ হোৱা পৰিলক্ষিত হৈছে । ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ইতিমধ্যে উপ-নিৰ্বাচন হ’ব লগীয়া মৰিয়নী আৰু থাওৰা সমষ্টিত অনুষ্ঠিত কৰিছে কেইবাখনো
চাইবাৰ অপৰাধীয়ে এতিয়া এক প্ৰকাৰ আতংকিত কৰি তুলিছে সৰ্বসাধাৰণ জনতাক ৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো এতিয়া সক্ৰিয় হৈ পৰিছে চাইবাৰ অপৰাধী ৷ সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া চাইবাৰ অপৰাধীয়ে ভয়ংকৰ
বৃটিছ শাসনৰ কালছোৱাত ভাৰত চৰকাৰৰ “ইষ্টাৰ্ণ বেংগল ফ্ৰণ্টিয়াৰ ৰেগুলেচন এক্ট ১৮৭৩” পৱৰ্তন কৰি গাৰোপাহাৰ, খাছী আৰু জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, কামৰূপ, দৰং, শিৱসাগৰ, নগাওঁ, লখিমপুৰ আদি সামৰি আন্তঃৰাজ্যিক পাৰপত্ৰ পৱৰ্তন কৰিছিল ।
ৰাজ্য জুৰি অব্যাহত আছে ক’ৰণাৰ ঢৌৰ জুৰুলাময় পৰিবেশ। এই পৰিবেশে ইতিমধ্যে জুৰুলা কৰিছে দেশ আৰু ৰাজ্যৰ অৰ্থনীতি।ইয়াৰ মাজতে হুৰাহুৰে বৃদ্ধি পাব ধৰিছে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য । আৰু এই মূল্য বৃদ্ধি
আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত অব্যাহত আছে অসমীয়া ছবিৰ জয়যাত্রা৷ বিগত সময়ছোৱাত ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত কেইবাটাও সন্মান লাভ কৰা ‘বেলকনিত ভগৱান’ নামৰ ছবিখনে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবর্নত লাভ কৰিছে ইকুৱেলিটী ইন