মুকালমুৱাত চুৰি মটৰ চাইকেলসহ তিনি দুধৰ্ষ চোৰ গ্ৰেপ্তাৰ

মুকালমুৱাত চুৰি মটৰ চাইকেলসহ তিনি দুধৰ্ষ চোৰ গ্ৰেপ্তাৰ

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে কালাকুছিৰ পৰা দুখনকৈ চুৰি মটৰ চাইকেলসহ গ্ৰেপ্তাৰ কৰে তিনিটা চোৰক ৷ মুকালমুৱা আৰক্ষী থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত নিশা কালাকুছিত অভিযান চলায় দুখনকৈ চুৰি মটৰ চাইকেলসহ তিনিটা চোৰক গ্ৰেপ্তাৰ কৰে ৷ ধৃত চোৰ তিনিটা ক্ৰমে বাহাৰ আলী,ৰিয়াজ আলী আৰু ৰাহুল আলী ৷ চুৰি

আৰক্ষীত ২৫ সহস্রাধিকক নিযুক্তি দিব চৰকাৰে

আৰক্ষীত ২৫ সহস্রাধিকক নিযুক্তি দিব চৰকাৰে

ৰাজ্যখনত নতুন আউটপোষ্ট, আৰক্ষী থানা স্থাপনৰ লগতে ১০টা কমাণ্ডো বেটেলিয়ন গঠন কৰিব৷ সোমবাৰে সদনত এই ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ বিধায়ক বচিৰ আহমেদ কাছিমীৰ এটা প্রশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম আৰক্ষীয়ে বর্তমান ৰাজ্যখনত নতুন আউটপোষ্ট স্থাপন, আৰক্ষী থানা স্থাপন, নতুন বেটেলিয়ন গঠন সম্পর্কত পর্যালোচনা কৰি আছে৷