কৰ্ণাটক চৰকাৰে মঙলবাৰে আইটি কোম্পানীসমূহক বেংগালুৰু মেট্ৰ’ নিৰ্মাণ কাৰ্যৰ বাবে আউটাৰ ৰিং ৰোডৰ যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি ডিচেম্বৰ-২০২২ লৈকে ঘৰৰ পৰায়ে কাম কৰিবলৈ আহ্বান জনায়। নেচনেল এছ’চিয়েশ্যন অৱ ছফ্টৱেৰ এণ্ড চাৰ্ভিচ কোম্পানীজ (নাছকম)লৈ লিখা এখন পত্ৰত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগে কয়, “বিএমআৰচিএল-এ কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ পৰা কে আৰ পুৰমলৈ
Month: August 2021
ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ধেমাজি কাণ্ডৰ ভুক্তভোগী নন্দিতা শইকীয়া ৷ চহৰখনৰ মাজ-মজিয়াত ধেমাজি মৰিঢল মহাবিদ্যালয়ৰ এজন কৰ্মচাৰীৰ বৰ্বৰ আক্ৰমণত মগজুত গুৰুতৰভাৱে আঘাত পাইছিল একেখন মহাবিদ্যালয়ৰে ছাত্ৰী নন্দিতা শইকীয়া আৰু কাস্মিনা দত্তই ৷ ছাত্ৰী দুগৰাকীক ন্যায় প্ৰদানৰ দাবীত ইতিমধ্যে উত্তাল হৈ আছে সমগ্ৰ ধেমাজি জিলা ৷
হোজাই জিলাৰ লংকাৰ লস্কৰ পথাৰত এগৰাকী নাবালিকাৰ ধৰ্ষণৰ লগত জড়িত থকাৰ অভিযাগত হোজাই জিলা আৰক্ষীয়ে মঙলবাৰে এজন যুৱকক আটক কৰে ৷ ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে প্ৰায় এসপ্তাহ ধৰি ধৰ্ষণৰ এই ঘটনাক গাপ দি ৰখাৰ পাছত হোজাই জিলা আৰক্ষী আৰু চাইল্ড লাইনৰ তৎপৰতাত পোহৰলৈ আহে সমগ্ৰ ঘটনা । হোজাই জিলা আৰক্ষীয়ে এটা
‘আমি অকল চাকৰিমুখী হ’লেই নহ’ব৷ আমি কর্ম কৰিব লাগিব৷ আমি কর্ম–সংস্কৃতি জীয়াই ৰাখিব লাগিব৷ মা–দেউতাক শ্রদ্ধা কৰিব লাগিব৷’– এই ভাষ্য বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বড়োৰ৷ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা প্রাক নিয়োগ প্রশিক্ষণ কেন্দ্র মুকলি কৰি তেওঁ এই মন্তব্য আগবঢ়ায়৷ তেওঁ পুনৰ কয়– যুৱক–যুৱতীসকলে জীৱনৰ প্রতিটো মুহূর্ত সৎ কামত ব্যৱহাৰ
কেন্দ্রীয় চৰকাৰৰ অধীনত পৰিচালিত ভাৰতীয় বায়ুসেনা(Indian Air Force)ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বায়ুসেনা কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Cook (5), Mess Staff (9), Multi Tasking Staff (18), House Keeping Staff (15), Hindi Typist (3),