New Delhi: Prime Minister Narendra Modi will launch the ‘Mahabahu-Brahmaputra’ and lay the foundation stone of Dhubri Phulbari Bridge today via video conferencing. He will also perform bhumi pujan for the construction of the Majuli Bridge at 12 noon. According to the Prime Minister’s Office, the launch of Mahabahu-Brahmaputra will
Year: 2021
“গ’ বেক মোদী” শ্ল’গান দি বিতর্কত সোমাই পৰিছে তামিল অভিনেত্রী অভিয়া। মোদীৰ তামিলনাডু ভ্ৰমণৰ পূৰ্বে অভিয়াই কিয় ‘গো বেক মোদী’ শ্লোগান দিছিল সেই বিষয়ে এক তীব্ৰ চৰ্চা লাভ কৰিছে। যাৰপিছতে অভিয়াৰ বিৰুদ্ধে এটা অভিযোগ দাখিল কৰা হৈছিল। তামিলনাডুৰ স্থানীয় বিজেপি নেতৃত্বই প্ৰশ্ন কৰিছিল যে অভিনেত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে “গ’ বেক
২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানস্থিত বটদ্ৰৱা থান দৰ্শন কৰি শ্বাহে থান প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ লগতে বটদ্ৰৱাত আয়োজন কৰা জনসভাত অংশ লৈ বটদ্ৰৱাবাসীক সম্বোধন কৰিব মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য, মহাপুৰুষ শংকৰদেৱৰ স্মৃতিবিজড়িত বটদ্ৰৱা থানক ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ বাবে লোৱা
ভূমি বিবাদক কেন্দ্র কৰি আজি খাৰুপেটীয়া থানাৰ অন্তর্গত নদীৰমুখ গাঁৱত সংঘটিত হয় তুমুল মাৰপিট৷ সংঘর্ষত সাতগৰাকীকৈ মহিলা গুৰুতৰভাৱে আহত হয়৷ আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ উপস্থিতিৰ মাজতেই সংঘটিত মাৰপিটৰ ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্র অঞ্চলটোত৷ ভূমিকেন্দ্রিক সংঘাতৰ বাবে ছিপাঝাৰ থানাৰ অন্তর্গত চাউলখোৱা চাপৰিৰ আনোৱাৰ হাজিৰ নেতৃত্বত এটা বৃহৎ দলে দা,
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত আজি মুকলি কৰা হয় নতুন ৰেডিয়েচন অংকোলজী ব্লক। উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে টমো থেৰাপি দিব পৰা যন্ত্ৰ স্থাপন কৰা ৰেডিয়েচন অংকোলজী ব্লকটো স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে। ব্লকটো মুকলি কৰি ড০ শৰ্মাই উল্লেখ কৰে যে ভাৰতৰ সমগ্ৰ মেডিকেল কলেজৰ ভিতৰত প্ৰথমবাৰৰ