Month: March 2023

১৩ বছৰীয়া কিশোৰৰ সন্তানৰ মাতৃ হ’ল ৩১ বছৰীয়া মহিলা

১৩ বছৰীয়া কিশোৰৰ সন্তানৰ মাতৃ হ’ল ৩১ বছৰীয়া মহিলা

১৩ বছৰীয়া কিশোৰৰ সৈতে যৌন সম্পর্ক ৩১ বছৰীয়া মার্কিন মহিলাৰ৷ ইয়াৰ পাছতে অন্তঃসত্ত্বা হৈ পৰে মহিলাগৰাকী৷ আমেৰিকাৰ কলোৰাডো প্রদেশৰ এই ঘটনাক লৈ সমগ্র দেশখনত সৃষ্টি হৈছে চাঞ্চল্য৷ মহিলাগৰাকীৰ বিৰুদ্ধে কিশোৰজনৰ ওপৰত যৌন নির্যাতন চলোৱাৰ অভিযোগ অনা হৈছিল৷ আনকি মহিলাগৰাকীক গ্রেপ্তাৰো কৰা হয়৷ কিন্তু মহিলাগৰাকী কাৰাগাৰৰ বাহিৰত আছে৷ স্বাভাৱিকভাৱে প্রশ্ণ উত্থাপন

চামগুৰিৰ সোনাৰিবালিৰ পথ দুৰ্ঘটনাত মাতৃ সহ এগৰাকী কন্যাৰ মৃত্যু!

চামগুৰিৰ সোনাৰিবালিৰ পথ দুৰ্ঘটনাত মাতৃ সহ এগৰাকী কন্যাৰ মৃত্যু!

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোনাৰিবালি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি সন্ধিয়া সময়ত সংঘটিত হোৱা পথ দুৰ্ঘটনাত মাতৃ সহ এগৰাকী কন্যা শিশু নিহত হোৱাৰ লগতে আনএগৰাকী কন্যা শিশু গুৰুতৰ ভাবে আহত হয় ৷ জানিব পৰা মতে চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোনাৰিবালি অঞ্চলত যোৱা কালি সন্ধিয়া প্ৰায় ৫–৩০ মান বজাত

গুৱাহাটীত অনুশীলন ৰাজস্থান ৰয়েলছৰ

গুৱাহাটীত অনুশীলন ৰাজস্থান ৰয়েলছৰ

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৩ৰ বাবে প্রস্তুতি আৰম্ভ কৰিলে ৰাজস্থান ৰয়েলছে৷ প্রতিযোগিতাখনলৈ মাজত ২৫ দিন বাকী থকা অৱস্থাত ৰাজস্থান দলটোৱে হোমগ্রাউণ্ড হিচাপে বিবেচিত গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত আজিৰে পৰা অনুশীলন আৰম্ভ কৰিছে৷ মন কৰিবলগীয়া যে ৰাজস্থান ৰয়েলছে চলিত বর্ষৰ আইপিএলৰ দুখন মেচ বর্ষাপাৰা

আবিৰ খেলাৰ আগতে কি কি বিষয়ত গুৰুত্ব দিয়াটো জৰুৰী ?

আবিৰ খেলাৰ আগতে কি কি বিষয়ত গুৰুত্ব দিয়াটো জৰুৰী ?

মাত্ৰ নিশাটো বাকী । কাইলৈ আবিৰ ৰঙেৰে ৰঙীন হৈ উঠাৰ দিন । সকলোৰে প্ৰিয় উৎসৱ ফাকুৱা খেলিবলৈ ইতিম্যেই বহুতেই প্ৰস্তুতি আৰম্ভ কৰিছে । অৱশ্যে, ৰং খেলাৰ আগতে কেবাটাও গুৰুত্বপূৰ্ণ কথা মনত ৰখাটো জৰুৰী । অন্যথা, অস্থায়ী আনন্দ পিছলৈ সমস্যাৰ কাৰণ হ’ব পাৰে। ১) ফাকুৱা খেলাৰ আগতে দীঘল হাতৰ কাপোৰ পিন্ধিব লাগে । আবিৰে

ভিডিঅ’ চাই ঘৰতে সন্তান প্ৰসৱ কৰিলে কিশোৰীয়ে,কৰিলে হত্যা…

ভিডিঅ’ চাই ঘৰতে সন্তান প্ৰসৱ কৰিলে কিশোৰীয়ে,কৰিলে হত্যা…

যৌন নিৰ্যাতনৰ বলি হোৱা এগৰাকী কিশোৰীয়ে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। হত্যা কৰিলে এটি নৱজাতকক। দেওবাৰে আৰক্ষীয়ে জনাই এই কথা যৌন নিৰ্যাতনৰ বলি হোৱা এগৰাকী কিশোৰীয়ে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। হত্যা কৰিলে এটি নৱজাতকক। দেওবাৰে আৰক্ষীয়ে জনাই এই কথা। আৰক্ষীয়ে জনোৱা অনুসৰি ১৫ বছৰীয়া এগৰাকী কিশোৰীয়ে ইউটিউবৰ ভিডিঅ’ চাই সন্তান প্ৰসৱ