লতা মংগেশকাৰ। ভাৰতৰ জীৱন্ত কিংবদন্তি এইগৰাকী শিল্পী। শিশুৰ পৰা বৃদ্ধলৈকে ঘৰে ঘৰে জনপ্ৰিয় এটি নাম লতা মংগেশকাৰ। ৬ দশক ধৰি নিজৰ কণ্ঠেৰে জনসাধাৰণক মোহাচ্ছন্ন কৰি ৰখা এইগৰাকী বিখ্যাত গায়িকা লতা মংগেশকাৰৰ কেৱল দেশতে নহয় বিদেশতো লাখ লাখ অনুৰাগী আছে। ১৯২৯ চনৰ ২৮ ছেপ্তেম্বৰত মধ্য প্ৰদেশৰ ইন্দোৰত এটা মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ
Category: Assamese News
গুৱাহাটীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান গুৰুকুল গ্ৰামাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক’ভিডৰ (Covid19) ভয়ানক সংক্ৰমণ। ৩০ গৰাকী শিক্ষক-কৰ্মচাৰী আক্ৰান্ত হৈছে শিক্ষানুষ্ঠানত । ১৪৪ গৰাকী শিক্ষক-কৰ্মচাৰীৰ ক’ভিড পৰীক্ষাৰ অন্তত ৩০ জনৰ দেহত ধৰা পৰিল ক’ভিডৰ অৱস্থিতি। ইয়াৰে ২২ জন শিক্ষক আৰু ৮ গৰাকী বিদ্যালয়খনৰ কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। প্ৰায় ৩-৪
অসম-মেঘালয়ৰ সীমা সমস্যাক লৈ আজি কইনাধৰাৰ ১নং অতিথিশালাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক (all party meeting)। বৈঠকত অসম-মেঘালয়ৰ সীমাক (Assam-Meghalaya border issue) লৈ বিবদমান ১২টা স্থানৰ ৬টা স্থানৰ সমস্যা সমাধানক লৈ আলোচনা কৰা হয়। এই ৬ স্থান ক্ৰমে তাৰাবাৰী, গিজাং, বকলাপাৰা,পিলিকাটা, ৰাতাচাৰা আৰু হাহিম। এই
দুৰ্নীতি, অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখা নগাঁৱৰ জনপ্ৰিয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আক্ৰান্ত হ’ল ক’ভিড ১৯ ত ৷ নৱবৰ্ষৰ ৩ৰ পৰা ৫ জানুৱাৰী পৰ্যন্ত দুলিয়াজানত অনুষ্ঠিত হোৱা আৰক্ষী অধীক্ষক সন্মিলনত অংশগ্ৰহণ কৰি ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক আক্ৰান্ত হৈছিল ক’ভিড ১৯ ত। কিন্তু নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ
সমগ্ৰ ৰাজ্য আজি ভোগালী বিহুৰ আনন্দ-উলাহত মচগুল হৈ আছে। অসমৰ ছবি আৰু সংগীত জগতৰ তাৰকাসকলেও আজি পুৱাতেই মেজি জ্বলাই অগ্নি দেৱক সেৱা জনাই অসম অৰু অসমীয়াৰ মংগল কামনা কৰে। অভিনেত্ৰী বৰষা ৰাণী বিষয়াই স্বামী ভাস্কৰৰ সৈতে মেজি জ্বলাই মাঘৰ বিহু উদযাপন কৰে। মেজিৰ জুইৰ তাপ লৈ অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা