আজি ইং ২১ ডিচেম্বৰ, 2021 তাৰিখে গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ উদ্যোগত আৰু NIKON ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে গীল্ডৰ প্ৰাঙ্গনত আলোকচিত্ৰৰ কৰ্মশালা এখনি অনুষ্ঠিত কৰা হয়। উক্ত কর্মশালা উদ্বোধন কৰে বিশিষ্ট আলোকচিত্ৰশিল্পী শ্ৰীযুত চাকমল হাজৰিকাদেৱে। উদ্বোধনী সভাখনৰ আগ ধৰে সঞ্জীব গোহাই বৰুৱাদেৱে। সভাত উপস্থিত আছিল গীল্ডৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাস,
Category: Assamese News
প্ৰেৰক: আব্দুল লতিফ ৷ বৰ্তমান ৰবি শস্যৰ বতৰ ৷ ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে নামনি অসমৰ নৈপৰীয়া অঞ্চলকে ধৰি প্ৰায়ভাগ অঞ্চলতে কৃষকসকল ব্যস্ত হৈ পৰিছে খেতিপথাৰত ৷ অৱশ্যে এতিয়া খেতিপথাৰত দেখিবলৈ পোৱা নাযায় নাঙল-যুৱঁলী ৷ তাৰ বিপৰীতে ট্ৰেক্টৰ, পাৱাৰটিলাৰ আৰু পানী উত্তোলনৰ বাবে ব্যৱহৃত পাম্পছেট মেচিনৰ ধপ্ধপ্ শব্দই মাজনিশালৈ ৰজনজনাই
কংগ্রেছ এৰি পুনৰ নিজৰ পুৰণি ঘৰ এ আই ইউ ডি এফলৈ উভতি যাব বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ৷ এ আই ইউ ডি এফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ উপস্থিতিত শীঘ্রেই বিধায়কগৰাকীয়ে দলটোত যোগদান কৰিব৷ ইয়াৰ পূর্বে বদৰুদ্দিন আজমলৰ স’তে আনুষ্ঠানিক বৈঠকত বহিব কংগ্রেছৰ নিলম্বিত বিধায়কজন৷ অহা ২৪ ডিচেম্বৰত হোজাহত বদৰুদ্দিন
স্বামীয়ে যদি পুনৰ বিবাহ কৰে, তেন্তে এগৰাকী মুছলমান মহিলাৰো বিবাহ বিচ্ছেদৰ অধিকাৰ থকা উচিত৷ লক্ষণীয়ভাৱে মুছলমান সমাজত এয়া স্বামী–স্ত্রীৰ বিবাহ বিচ্ছেদৰ বিষয়টোক সমানভাৱে বিবেচনা কৰা হোৱা নাই৷ নাইবা মহিলাসকলক স্বাধীন জীৱন–যাপনৰ সম্পূর্ণ সুযোগো দিয়া হোৱা নাই৷ অথচ কোৰানত স্ত্রীৰ সমধিকাৰৰ কথা কোৱা হৈছে৷ বিবাহ বিচ্ছেদৰ এক গোচৰত কালি এই কথাই
মা কামাখ্যাৰ আশিস ল’বলৈ অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷ কংগ্ৰেছক বাদ দি দেশৰ সকলো বিজেপিবিৰোধী ৰাজনৈতিক শক্তিক ঐক্যবদ্ধ কৰি ২০২৪ ৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব খোজা তৃণমূল কংগ্ৰেছৰ প্ৰধানগৰাকী মঙলবাৰে উপস্থিত হ’ব গুৱাহাটীত । খবৰ অনুসৰি মঙলবাৰে পুৱাতেই বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব মমতা বেনাৰ্জীৰ বিমান । বিমানবন্দৰৰ পৰা পোনে