গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা লখিমপুৰ জিলাৰ লীলাবাৰী বিমানবন্দৰলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে । ব্যক্তিগত খণ্ডৰ বিমান পৰিবহণ সংস্থা ফ্লাইবিগৰ ৭২ খন আসনযুক্ত বিমান গুৱাহাটীৰ পৰা লীলাবাৰীলৈ সপ্তাহত চাৰিদিনকৈ চলাচল কৰিব । আজি বিয়লি ৪.৪০ বজাত বৰঝাৰ বিমানবন্দৰত পতাকা জোকাৰি এই বিমান সেৱাৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী
Category: Assamese News
ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে চমকপ্ৰদ সাফল্য অৰ্জন কৰি একপ্ৰকাৰ অভিলেখ গঢ়িলে ৷ বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰা তিনিখনৰ তিনিখনতে আৰু মিত্ৰদল ইউপিপিএল দলে দুয়োখনতে বিজয়ধ্বজা উৰুৱালে ৷ কিন্তু এই উপ নিৰ্বাচনতো বহু ভোটাৰে নাপালে নিজৰ পচন্দৰ প্ৰাৰ্থী ৷ যাৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰিলে ইভিএমৰ ‘ন’টা’ বুটাম ৷ উপ নিৰ্বাচনত
বিশ্বৰ আন দেশৰ দৰে ভাৰততো ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে বিমান পৰিবহণ খণ্ডটোত বাৰুকৈয়ে নেতিবাচক প্ৰভাৱ পৰিছিল। আনকি বিমান সেৱা বহুদিন ধৰি বন্ধ হৈ থকা বাবে বিগত বৰ্ষত বিমান পৰিবহণ সংস্থা সমূহৰ লগতে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ অধীনৰ ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰনো লোকচানৰ সম্মুখীন হব লগা হৈছিল । কিন্ত বৰ্তমান
ক’ভিড–১৯ মহামাৰীয়ে বিশ্বৰ বিভিন্ন দেশৰ লগতে আমেৰিকাতো মানুহৰ জীৱিকালৈ কঢ়িয়াই আনিছে চৰম অনিশ্চয়তা৷ আনকি দেশখনৰ শিক্ষাখণ্ডত নিয়োজিত বহু কর্মীয়ে জীৱিকাৰ পথ সলনি কৰিবলগীয়া হৈছে৷ মহামাৰীৰ সময়ত এটা প্রাপ্তবয়স্ক বা পর্ণ ৱেবছাইটৰ মডেল হ’বলগীয়া হৈছে এগৰাকী শিক্ষয়িত্রী৷ ‘অনলী ফেনছ’ নামৰ ৱেবছাইটটোত কাম কৰি অৱশ্যে এতিয়া অনুতপ্ত হৈছে শিক্ষয়িত্রীগৰাকী৷ তৰুণী শিক্ষয়িত্রীগৰাকীৰ কাহিনীয়ে
– বঙাইগাঁৱৰ ঘৰশিয়া সত্ৰত প্ৰেমকান্ত মহন্ত সোঁৱৰণী সভাত সাহিত্যিক থানেশ্বৰ মালাকাৰ বঙাইগাঁও , ৩ নৱেম্বৰঃ বৰ্তমানে চৰকাৰে মুক্ত বিশ্ব বিদ্যালয়ৰ ব্যৱস্থা কৰি ঘৰতে থাকিয়েই উচ্চ শিক্ষা লাভৰ ব্যৱস্থা কৰিছে ৷ কিন্তু মহাপুৰুষ শংকৰদেৱে পাচশ বছৰ পূৰ্বে সত্ৰ- নামঘৰ পাতি অনাক্ষৰী লোকক ধৰ্মীয় শিক্ষা দিয়াৰ লগতে বাপ-ভকত বৈষ্ণৱৰ লগতে সমবেত