Category: Assamese News

গুৱাহাটীৰ ৪ সমষ্টিৰ তথ্যসম্বলিত ৱেব প’র্টেল মুকলি

গুৱাহাটীৰ ৪ সমষ্টিৰ তথ্যসম্বলিত ৱেব প’র্টেল মুকলি

কামৰূপ মহানগৰ জিলাৰ ভোটাৰসকলে নির্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰা সম্পর্কত স’ততে মুখামুখি হোৱা প্রশ্ণসমূহৰ সমাধানৰ উদ্দেশ্যে কামৰূপ মহানগৰ জিলাত শুভাৰম্ভ কৰা হৈছে এক ৱেব প’র্টেলৰ৷deokamrupmetro.in নামৰ ৱেব প’র্টেলটোৰ বুধবাৰে শুভাৰম্ভ কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ এই ৱেব প’র্টেলত উপলব্ধ কৰা হৈছে জালুকবাৰী, দিছপুৰ, পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী– চাৰিওটা সমষ্টিৰে ভোটকেন্দ্র,

বিশ্বৰ বুকুত জ্বিলিকিব বটদ্ৰৱা:অমিত শ্বাহে শুভাৰম্ভ কৰিব বিশ্ব মানৰ সাংস্কৃতিক প্ৰকল্প

বিশ্বৰ বুকুত জ্বিলিকিব বটদ্ৰৱা:অমিত শ্বাহে শুভাৰম্ভ কৰিব বিশ্ব মানৰ সাংস্কৃতিক প্ৰকল্প

:বিশ্বৰ বুকুত জ্বিলিকি উঠিব গুৰু জনাৰ জন্মস্থান।বটদ্ৰৱাত হ’ব বিশ্ব মানৰ সাংস্কৃতিক প্ৰকল্প।১৮৮ কোটি টকাৰে নিৰ্মাণ হ’ব সাংস্কৃতিক প্ৰকল্পটো।বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৰিব কামৰ শুভাৰম্ভ। গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনক কেন্দ্ৰ কৰি উখল মাখল বটদ্ৰৱা।গৃহমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰিব গুৰুজনাৰ জন্মস্থান।হমন্ত্ৰীয়ে বটদ্ৰৱা থানলৈ আহি বটদ্ৰৱা থানত সেৱা জনাব।অমিত শ্বাহৰ সৈতে উপস্থিত

দেশত ক’ৰোনাঃ মাস্ক নিপিন্ধাৰ বাবদ মাত্ৰ দুটা দিনত জৰিমনা সংগ্ৰহ ৬০ লাখ

দেশত ক’ৰোনাঃ মাস্ক নিপিন্ধাৰ বাবদ মাত্ৰ দুটা দিনত জৰিমনা সংগ্ৰহ ৬০ লাখ

 মহাৰাষ্ট্ৰত ক’ৰোনাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মুম্বাই চৰকাৰেও কঠোৰ হৈছে নাগৰিকৰ ক’ভিড-১৯ সজাগতাক লৈ। অমৰাৱতীত লকডাউন দিয়াকে ধৰি এতিয়া মাস্ক নিপিন্ধা লোকৰ ক্ষেত্ৰত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। বিএমচিয়ে কালি এক সংবাদ বিবৃতিত জানিবলৈ দিয়ে যে যোৱা দেওবাৰে ১৪,১০০ গৰাকী লোকক জৰিমনা বিহি ২৮ লাখ টকা সংগ্ৰহ কৰাৰ লগতে শনিবাৰে

সন্দিকৈ কলেজৰ ছাত্রীলৈ অশ্লীল বার্তা প্রেৰণ অধ্যাপক সাহাৰ

সন্দিকৈ কলেজৰ ছাত্রীলৈ অশ্লীল বার্তা প্রেৰণ অধ্যাপক সাহাৰ

  গুৰু–শিষ্যৰ সম্পর্কত কালিমা সানিছে একাংশ দুষ্ট চৰিত্রৰ শিক্ষাগুৰুৱে৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান সন্দিকৈ মহাবিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে ছাত্রীলৈ অশ্লীল মেছেজ দি অহাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি মহাবিদ্যালয়খনৰ জনৈক সাহা উপাধিৰ এগৰাকী অধ্যাপকে দীর্ঘদিন ধৰি এগৰাকী ছাত্রীক অশ্লীল মেছেজ দি আহিছিল৷ ছাত্রীগৰাকীৰ বান্ধৱীৰ অভিযোগৰ ভিত্তিত মহাবিদ্যালয় কর্তৃপক্ষই বিষয়টো গুৰুত্বসহকাৰে গ্রহণ

পুনৰ লকডাউন! এই প্ৰসংগত কি ক’লে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

পুনৰ লকডাউন! এই প্ৰসংগত কি ক’লে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

  পুনৰ ক’ৰোনা সংক্ৰমণৰ খবৰ আহিছে দেশৰ ভিন্ন ৰাজ্যৰ লগতে অসমতো। গুৱাহাটীৰ পাণবজাৰস্থিত ডনবস্কোত ক’ৰোনা সংক্ৰমণৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে এসপ্তাহৰ বাবে। এনে অৱস্থাত গুৱাহাটীত লকডাউন দিয়া-নিদিয়াক লৈ কিছু উৰাবাতৰিও চাৰিওফালে বিয়পি পৰা দেখা গৈছে। এই সম্পৰ্কত আজি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- ‘প্ৰতিদিনে ৯টাৰ পৰা ২০টাৰ