খালী পেটতে এটাকৈ আপেল খালেও পাব অনেক সুফল

খালী পেটতে এটাকৈ আপেল খালেও পাব অনেক সুফল

আপেল স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ ই পুষ্টি গুণৰ ভঁৰাল৷ সেয়েহে বিশেষজ্ঞসকলে প্ৰতিদিনে এটাকৈ আপেল খোৱাৰ পৰামৰ্শ দিছে৷ খালী পেটতে এটাকৈ আপেল খালে বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি৷ আপেলত প্ৰটিন, আইৰণ, ফাইবাৰ, কেলছিয়াম, প’টাছিয়াম আৰু এণ্টিঅক্সিডেণ্ট থাকে৷ যাৰ বাবে নিয়মীয়াকৈ আপেল খোৱাৰ অভ্যাস কৰিলে শৰীৰত হ’ব পৰা বিভিন্ন ৰোগৰ পৰা

১৪ দিনৰ অন্তত চন্দ্ৰত ৰাতি পুৱাল, সাৰ পাবনে ভাৰতৰ বিক্ৰম–প্ৰজ্ঞান?

১৪ দিনৰ অন্তত চন্দ্ৰত ৰাতি পুৱাল, সাৰ পাবনে ভাৰতৰ বিক্ৰম–প্ৰজ্ঞান?

পৃথিৱীৰ হিচাপত ১৪ দিনত চন্দ্ৰত এটা দিন আৰু আন ১৪টা দিন নিশা। ১৪টা দিন পাৰ হোৱাৰ পিছত চন্দ্ৰমাৰ দেশত আঁতৰিছে আন্ধাৰ। এতিয়া সকলোৱে বাট চাইছে চন্দ্ৰযান–৩ৰ (Chandrayaan-3) ৰ’ভাৰ প্ৰজ্ঞান (Rover Pragyan) আৰু বিক্ৰম লেণ্ডাৰ (Lander Vikram) সাৰ পোৱালৈ। বিগত ১৪টা দিন ধৰি চন্দ্ৰমাৰ বুকুত শুই পৰিছিল প্ৰজ্ঞান আৰু বিক্ৰম। ১৪টা

অকালতে চুলি পকিলে এইখিনি কৰক

অকালতে চুলি পকিলে এইখিনি কৰক

দুশ্চিন্তা, জলবায়ু, ভেজাল খাদ্য আদিৰ কাৰণে কম বয়সতে চুলি পকিব পাৰে৷ তেতিয়া বিশেষভাৱে চুলিৰ যতন ল’ব লাগে৷ নাৰিকলৰ তেলৰ সৈতে আমলখি গুৰি গৰম কৰক৷ কিছুপৰ সিজোৱাৰ পাছত তেলৰ ৰং ৰঙচুৱা বা ক’লা হ’লে জুইৰ পৰা তেলখিনি নমাই ঠাণ্ডা হ’বলৈ দিব লাগে ঠাণ্ডা হ’লে সেই তেল চুলিত ব্যৱহাৰ কৰিলে চুলি ক’লা

হিন্দু ধৰ্মৰ জন্ম পাকিস্তানত: এই দাবী পাকিস্তানৰ বিদেশ মন্ত্ৰী জলিল আব্বাচ জিলানীৰ

হিন্দু ধৰ্মৰ জন্ম পাকিস্তানত: এই দাবী পাকিস্তানৰ বিদেশ মন্ত্ৰী জলিল আব্বাচ জিলানীৰ

হিন্দু ধৰ্মৰ জন্ম পাকিস্তানত। এই মন্তব্য পাকিস্তানৰ তত্বাবধায়ক চৰকাৰৰ বিদেশ মন্ত্ৰী জলিল আব্বাচ জিলানীৰ। নিউ ইয়ৰ্কৰ এছিয়া চ’চাইতিৰ এখন বৈঠকত (New York Asia Society Summit) বৃহস্পতিবাৰে অংশ গ্ৰহণ কৰি জিলানীয়ে এই মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে, হিন্দু ধৰ্মৰ (Hindu religion) জন্ম পাকিস্তানত হৈছিল, বৌদ্ধ ধৰ্মই (Buddhism) পাকিস্তানত প্ৰাণ পায়