Category: Assamese News

বিবাহ সম্পর্কে কৰা প্ৰশ্নৰ উচিত উত্তৰ দিলে কিয়াৰাই

বিবাহ সম্পর্কে কৰা প্ৰশ্নৰ উচিত উত্তৰ দিলে কিয়াৰাই

কৰণ জোহৰৰ মুক্তি পাবলগীয়া ছবি ‘জুগ জুগ জিঅ’ৰ ট্ৰেইলাৰ মুম্বাইত এক বিশাল অনুষ্ঠানত মুকলি কৰা হৈছে। য’ত পৰিচালক ৰাজ মেহতা, কৰণ জোহৰ ছবিখনৰ সমগ্ৰ কলাকুশলী তথা অভিনেতা অভিনেত্ৰীসকল কিয়াৰা আদৱানী, বৰুণ ধাৱান, নীতু কাপুৰ, অনিল কাপুৰ আৰু মনীষ পল আৰু অপূৰ্ব মেহতাও উপস্থিত থাকে। চিনেমাখনৰ গোটেই দলটোক পৰম্পৰাগত পোছাকত দেখাৰ ফলত অনুৰাগীসকলে

অনুৰাগ শইকীয়া আৰু দীপাক্ষি কলিতাৰ পিছতেই পঞ্চায়তৰ জৰিয়তে উজ্বলিল অসমৰ ৰাজীৱ ৰাগে

অনুৰাগ শইকীয়া আৰু দীপাক্ষি কলিতাৰ পিছতেই পঞ্চায়তৰ জৰিয়তে উজ্বলিল অসমৰ ৰাজীৱ ৰাগে

ডাউনত আমাজন প্ৰাইমৰ জনপ্ৰিয় ৱেব ছিৰিজ পঞ্চায়তে মানুহক যথেষ্ট মনোৰঞ্জন দিছিল।জীতেন্দ্ৰ কুমাৰ,নীনা গুপ্তা আৰু ৰঘুবীৰ যাদৱ অভিনীত পঞ্চায়তে মানুহক কঠিন সময়তো এক পৃথক ৰস দিবলৈ সক্ষম হৈছিল।সেইবাবে দ্বিতীয় ছিজনৰ বাবে যথেষ্ট আগ্ৰহেৰে অপেক্ষা কৰি আছিল চলচ্চিত্ৰ প্ৰেমী সকলে। সেয়েহে এই চুপাৰহিট ৱেবছিৰিজৰ দ্বিতীয় চিজনৰ মুক্তিৰ লগে লগে সৰ্বত্ৰে লাভ কৰিছে

নগাঁৱৰ চামগুৰিত চছাঁ অকাডেমীৰ শাখা উদ্বোধন,পাঞ্জা সংস্থাৰ ৰাজ্যিক সমিতি গঠন

নগাঁৱৰ চামগুৰিত চছাঁ অকাডেমীৰ শাখা উদ্বোধন,পাঞ্জা সংস্থাৰ ৰাজ্যিক সমিতি গঠন

নগাঁও জিলাৰ চামগুৰিৰ ভেলেউগুৰিত কালি জিলাখনৰ অাগশাৰীৰ ছ’ছাঁ অকাডেমীৰ এটি শাখা শুভ উদ্বোধন কৰা হয় । এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী মৃদুল কুমাৰ কলিতাই । ছ’ছাঁ অকাডেমীৰ সম্পাদক নিতুল শইকীয়াই আঁত ধৰা সভাখনিত বিশিষ্ট সমাজকৰ্মী পংকজ কুমাৰ মুদৈকে ধৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে

সংগীত বিষয়ত পি এইচ ডিগ্ৰীপ্ৰাপ্ত নগাঁৱৰ জামুগুৰিৰ কল্পিতা দেৱীক কবি সন্মিলনৰ সম্বৰ্ধনা

সংগীত বিষয়ত পি এইচ ডিগ্ৰীপ্ৰাপ্ত নগাঁৱৰ জামুগুৰিৰ কল্পিতা দেৱীক কবি সন্মিলনৰ সম্বৰ্ধনা

ক’লকাতাৰ বি টি ৰ’ডত অৱস্থিত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ কল্পিতা দেৱীক ভ’কেল মিউজিকত সন্মানীয় পি এইচ ডি ডিগ্ৰী প্ৰদান কৰিছে । ক’লকাতাৰ নুপুৰ গাংগুলীৰ তত্বাৱধনাত অধ্যয়ন কৰা কল্পিতাৰ বিষয়বস্তু আছিল মিউজিকেল কনট্ৰিবিউচনচ অফ আচাৰ্য চিন্ময় লাহিড়ী টুৱাৰ্ডছ দ্যা ডেভেলপমেণ্ট অফ ক্লাছিকেল মিউজিক ইন ৱেষ্ট বেংগল (Musical

কম দিনৰ ভিতৰতে বিটিচিত বিপিএফে পুনৰ গঠন কৰিব চৰকাৰ,মিত্ৰজোঁটৰ ১২ জন পাৰিষদৰ সহযোগত গঠন কৰিব চৰকাৰ

কম দিনৰ ভিতৰতে বিটিচিত বিপিএফে পুনৰ গঠন কৰিব চৰকাৰ,মিত্ৰজোঁটৰ ১২ জন পাৰিষদৰ সহযোগত গঠন কৰিব চৰকাৰ

“কম দিনৰ ভিতৰতে বিটিচিত বিপিএফে পুনৰ গঠন কৰিব চৰকাৰ৷মিত্ৰজোঁটৰ ১২ জন পাৰিষদৰ সহযোগত গঠন কৰিব চৰকাৰ ৷ ইতিমধ্যে এই সন্দৰ্ভত হোৱা আলোচনা প্ৰক্ৰিয়া শেষ হৈছে ৷ উপ নিৰ্বাচনৰ পিছতে বিটিচিত বিপিএফ দলৰ চৰকাৰ গঠন কৰা হ’ব”- সোমবাৰে বাক্সাৰ মুছলপুৰত আয়োজন কৰা এক নিৰ্বাচনী প্ৰচাৰত অংশ লৈ এই মন্তব্য কৰে বিপিএফৰ