১/ মহিলাৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ বিষয়ে কেতিয়াও সুধিব নালাগে, মহিলাই সদায় আনৰ বাবে জীয়াই আনহাতে ২/ পুৰুষে কেতিয়াও নিজৰ বাবে উপার্জন নকৰে। ২/ কাকো সৰু বুলি নাহাহিব, কাৰণ ভৰিৰ তলৰ দুৱৰী বন হে পূজাত লাগে মুৰৰ ওপৰৰ বৰগছ নহয়। ৩/ অতিৰিক্ত অহংকাৰ পতনৰ লক্ষণ আৰু অতিৰিক্ত সৰলতা ঠগ খােৱাৰ
আমাৰ জীৱনত কেতিয়াবা এনেকুৱা ঘটনাৰ সন্মুখিন হওঁ যি আমাক বহুত কষ্ট দিয়ে, আমাৰ আত্মবিশ্বাসক ভাঙি দিয়ে। বিশেষকৈ তেতিয়া যেতিয়া মানুহে আমাক অপমান কৰে। তেতিয়া আমি অকল এইটো ভাৱো যে ইয়াৰ প্রতিশোধ কেনেকৈ ল’ব পাৰি। কিন্তু গৌতম বুদ্ধ এই বিষয়ে কি কয় জানো আহক – গৌতম বুদ্ধৰ এই গল্পটোৰ পৰা আপুনি
এবাৰ জন শিষ্য গৌতম বুদ্ধৰ ওচৰলৈ আহি কৈছিল, হে প্রভু মোৰ মনত ইমান বেয়া চিন্তা কিয় আহে, মোৰ মনত সকলো সময়তে কাম বাসনা আহি থাকে আৰু সেই কথা ভাবি ভাবি মোৰ মূল্যৱান সময় আৰু শক্তি নষ্ট হৈ যায়। এই ভাৱনাৰ বাবে মই কেতিয়াও শান্ত থাকিব নোৱাৰো। প্রতি সময়ত মই বিপৰীত
স্বামী বিবেকানন্দ আছিল সেই যোগী যিয়ে ভাৰতীয় দ্ৰষ্টাক প্ৰথম বিশ্বৰ লগত চিনাকি কৰাই দিছিল। বিশ্বৰ আধ্যাত্মিক মানচিত্ৰত ভাৰত অতি গুৰুত্বপূৰ্ণ। আজি ই ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ বাবেও আদৰ্শ। ১৮৯৩ চনত চিকাগোত স্বামী বিবেকানন্দৰ বিশ্ব ভাষণ আজিও বিখ্যাত। স্বামী বিবেকানন্দই যুৱক-যুৱতী আৰু বিশেষকৈ ছাত্ৰ-ছাত্ৰীক কিছু শিক্ষা দিছে, যিবোৰ সফলতাৰ পথত সহজে অনুসৰণ
বিবাহ হৈছে জীৱনৰ এক সুন্দৰ অনুভৱ। প্ৰতিটো দম্পতীয়ে বিচাৰে যে তেওঁলোকৰ মাজত সদায়ে প্ৰেম থাকিব লাগে যাতে বিবাহিত জীৱনত সুখী হৈ থাকিব পাৰি। ইয়াৰ মাজতে, এনে এগৰাকী ব্যক্তিৰ কথা পোহৰলৈ আহিছে, যিয়ে এতিয়ালৈকে ৫৩ বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছে। অৱশ্যে, বিশেষ কথাটো হ’ল যে তেওঁ বাৰে বাৰে বিয়া কৰি অতিষ্ঠ